কোকৰাঝাৰত বিশ্ব সৰ্প দিৱস উদযাপন
কোকৰাঝাৰ, ১৬ জুলাই (হি.স.)। বিটিচিৰ বনবিভাগৰ উদ্যোগত কোকৰাঝাৰত বিশ্ব সৰ্প দিৱস উদযাপন ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাৱে অংশ লয় বিটিচি বন বিভাগৰ কাৰ্যবাহী সদস্য জেমচ বসুমতাৰী লগতে বিটিচি বনবিভাগৰ চি এইচ ডি সোনালী ঘোষ উপস্থিত থাকে ৷ উল্লেখ্য যে, বিশ্
কোকৰাঝাৰত বিশ্ব সৰ্প দিৱস উদযাপন


কোকৰাঝাৰ, ১৬ জুলাই (হি.স.)। বিটিচিৰ বনবিভাগৰ উদ্যোগত কোকৰাঝাৰত বিশ্ব সৰ্প দিৱস উদযাপন ৷

অনুষ্ঠানত মুখ্য অতিথি হিচাৱে অংশ লয় বিটিচি বন বিভাগৰ কাৰ্যবাহী সদস্য জেমচ বসুমতাৰী লগতে বিটিচি বনবিভাগৰ চি এইচ ডি সোনালী ঘোষ উপস্থিত থাকে ৷

উল্লেখ্য যে, বিশ্ব সৰ্প দিৱসৰ পালনৰ সতে সংগতি ৰাখি বিটিচি বনবিভাগে সৰ্প উদ্ধাৰকাৰী সকলৰ মাজত এখন প্ৰশিক্ষণ কৰ্মশালাৰো আয়োজন কৰে ৷

কৰ্মশালাত সৰ্প উদ্ধাৰৰ সৈতে জৰিত সকলৰ মাজত সৰ্প উদ্ধাৰ সামগ্ৰীসহ এখন বেগ বিতৰণ কৰা হয় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande