ডিব্ৰুগড়ৰ বজাৰত বৰ্তমান সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত দিশহাৰা জনতা, নিৰ্বিকাৰ যোগান বিভাগ
ডিব্ৰুগড়, ১৬ জুলাই (হি.স.)। ডিব্ৰুগড়ৰ বজাৰত বৰ্তমান সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত দিশহাৰা জনতা, নিৰ্বিকাৰ যোগান বিভাগ। বৰ্তমান বজাৰত চেনী, পিঁয়াজ, চাউল, মিঠাতেল আৰু শাক-পাচলিকে ধৰি প্ৰায় সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰে জুইছাঁই দা
ডিব্ৰুগড়ৰ বজাৰত বৰ্তমান সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত দিশহাৰা জনতা, নিৰ্বিকাৰ যোগান বিভাগ


ডিব্ৰুগড়, ১৬ জুলাই (হি.স.)। ডিব্ৰুগড়ৰ বজাৰত বৰ্তমান সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত দিশহাৰা জনতা, নিৰ্বিকাৰ যোগান বিভাগ। বৰ্তমান বজাৰত চেনী, পিঁয়াজ, চাউল, মিঠাতেল আৰু শাক-পাচলিকে ধৰি প্ৰায় সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰে জুইছাঁই দাম। এনে অস্বাভাৱিক মূল্যবৃদ্ধিৰ ফলত গ্ৰাহক আৰু সাধাৰণ ব্যৱসায়ী— উভয় পক্ষই তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে।

জনতাৰ এনে হাহাকাৰ অৱস্থাৰ পিছতো বজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰ তথা যোগান বিভাগ সম্পূৰ্ণৰূপে নিৰ্বিকাৰ হৈ থকাত সৰ্বত্ৰে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande