তামুলপুৰৰ কুমাৰীকাটাত তামুলপুৰ জিলা আক্ৰাছুৰ তীব্ৰ প্ৰতিবাদ
তামুলপুৰ, ১৬ জুলাই (হি.স.)। তামুলপুৰৰ কুমাৰীকাটাত তামুলপুৰ জিলা আক্ৰাছুৰ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে । ভাৰত-ভূটান আন্তৰাষ্ট্ৰীয় ঘাইপথত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰি প
তামুলপুৰৰ কুমাৰীকাটাত তামুলপুৰ জিলা আক্ৰাছুৰ তীব্ৰ প্ৰতিবাদ


তামুলপুৰ, ১৬ জুলাই (হি.স.)। তামুলপুৰৰ কুমাৰীকাটাত তামুলপুৰ জিলা আক্ৰাছুৰ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে ।

ভাৰত-ভূটান আন্তৰাষ্ট্ৰীয় ঘাইপথত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদীসকলে

বিজেপি চৰকাৰ গ বেক, এছটি আমাক লাগিবই আদি শ্লোগান দি উত্তাল কৰি তোলে ৰাজপথ ।

কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদ ।

চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ আক্ৰাছুৰ ।

বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ ১০ গৰাকীকৈ কোচ ৰাজবংশী সম্প্ৰদায়ৰ বিধায়ককো কঠোৰ সকীয়নি প্ৰদান কৰে সংগঠনটোৱে ।

কোচ ৰাজবংশীৰ জনজাতিকৰণৰ সমস্যা সমাধান নকৰিলে চৰকাৰৰ বিৰুদ্ধে অধিক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আক্ৰাছু নেতৃত্বই ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande