যোৰহাট বাইপাছৰ ভোগদৈ দলঙৰ পৰা নদীত জাঁপ এজন লোকৰ
যোৰহাট, ১৬ জুলাই (হি.স.)। যোৰহাট বাইপাছৰ ভোগদৈ দলঙৰ পৰা নদীত জাঁপ এজন লোকৰ। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি নিজৰ চাইকেল খন ৰখাই নদীলৈ জাঁপ দিয়ে ব্যক্তি গৰাকীয়ে। নদীত জাঁপ দিয়া ব্যক্তি জনৰ পৰিচয় উদ্ধাৰ হোৱা নাই যদিও ব্যক্তিজন ৫০ বছৰৰ উৰ্ধ্বৰ বুলি সন্দে
যোৰহাট বাইপাছৰ ভোগদৈ দলঙৰ পৰা নদীত জাঁপ এজন লোকৰ


যোৰহাট, ১৬ জুলাই (হি.স.)। যোৰহাট বাইপাছৰ ভোগদৈ দলঙৰ পৰা নদীত জাঁপ এজন লোকৰ। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি নিজৰ চাইকেল খন ৰখাই নদীলৈ জাঁপ দিয়ে ব্যক্তি গৰাকীয়ে। নদীত জাঁপ দিয়া ব্যক্তি জনৰ পৰিচয় উদ্ধাৰ হোৱা নাই যদিও ব্যক্তিজন ৫০ বছৰৰ উৰ্ধ্বৰ বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ প্ৰত্য়ক্ষদৰ্শী।

ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এছডিআৰএফ বাহিনীয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande