কামপুৰৰ খাপৰিজাৰণিৰ যুৱকৰ মৃতদেহ কপিলী নদীত উদ্ধাৰ
নগাঁও, ১৬ জুলাই (হি.স.)। কামপুৰৰ খাপৰিজাৰণিৰ বাসিন্দা এগৰাকী যুৱকৰ মৃতদেহ কপিলী নদীত উদ্ধাৰ। চাপৰমুখৰ কচুৱাত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহটো। স্থানীয় একাংশ ৰাইজে মৃতদেহটো নদীত ওপঙি থকা প্ৰত্য়ক্ষ কৰি আৰক্ষীক অবগত কৰে। পিছত আৰক্ষী আহি মৃতদেহটো নদীৰ পৰা উদ
কামপুৰৰ খাপৰিজাৰণিৰ যুৱকৰ মৃতদেহ কপিলী নদীত উদ্ধাৰ


নগাঁও, ১৬ জুলাই (হি.স.)। কামপুৰৰ খাপৰিজাৰণিৰ বাসিন্দা এগৰাকী যুৱকৰ মৃতদেহ কপিলী নদীত উদ্ধাৰ। চাপৰমুখৰ কচুৱাত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহটো। স্থানীয় একাংশ ৰাইজে মৃতদেহটো নদীত ওপঙি থকা প্ৰত্য়ক্ষ কৰি আৰক্ষীক অবগত কৰে। পিছত আৰক্ষী আহি মৃতদেহটো নদীৰ পৰা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে।

মৃতদেহটো আতিকুৰ ৰহমানৰ বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালৰ লোকৰ সন্দেহ এয়া এক হত্যাকাণ্ড। আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande