ৰাজ্যসভা নিৰ্বাচনত ইউপিপিএল দলৰ হৈ মনোনয়ন দাখিল কৰা বুলি মন্তব্য প্ৰমোদ বড়োৰ
চিৰাঙ, ০৬ মাৰ্চ (হি.স.)। ৰাজ্যসভা নিৰ্বাচনত মই এনডিএ ৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰা নাই, মই ইউপিপিএল দলৰ হৈ মনোনয়ন দাখিল কৰিছো - বুলি মন্তব্য দলটোৰ মুৰব্বী প্ৰমোদ বড়োৰ । চিৰাঙৰ কাজলগাঁৱত প্ৰমোদ বড়োৰ নেতৃত্বতাধীন ইউপিপিএল দলৰ উদ্যোগত বৃহৎ শান্তিৰ মট
ৰাজ্যসভা নিৰ্বাচনত ইউপিপিএল দলৰ হৈ মনোনয়ন দাখিল কৰা বুলি মন্তব্য প্ৰমোদ বড়োৰ


চিৰাঙ, ০৬ মাৰ্চ (হি.স.)। ৰাজ্যসভা নিৰ্বাচনত মই এনডিএ ৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰা নাই, মই ইউপিপিএল দলৰ হৈ মনোনয়ন দাখিল কৰিছো - বুলি মন্তব্য দলটোৰ মুৰব্বী প্ৰমোদ বড়োৰ । চিৰাঙৰ কাজলগাঁৱত প্ৰমোদ বড়োৰ নেতৃত্বতাধীন ইউপিপিএল দলৰ উদ্যোগত বৃহৎ শান্তিৰ মটৰ চাইকেল সমদল । ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলৰ সমান্তৰালকৈ বি টি চিতো বলিছে নিৰ্বাচনী গৰম বতাহ।

বি পি এফে যদি কৰিছে দিছপুৰ চলো যাত্ৰা আনফালে ইউপিপিএল দলৰ পৰা ১৯ নং চিদলী চিৰাং বিধানসভা সমষ্টিত আজি মটৰচাইকেল সমদল উলিওৱা হৈছে । আজি যুৱ ইউপিপিএল দলৰ উদ্যোগত আয়োজিত এই সমদলত ইউপিপিএল দলৰ শীৰ্ষ নেতৃত্বৰ লগতে দলৰ সভাপতি প্ৰমোদ বড়ো অংশগ্ৰহণ কৰি এনেদৰে কয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande