কৰ্ণাটকৰ কাইমাৰাত কফি বনোৱা মেচিনত সোমাই মৃত্যু অসমৰ এজন লোকৰ
ওদালগুৰি, ০৯ জানুৱাৰী (হি.স.)। পুনৰ বৰ্হিৰাজ্যত অসমৰ এজন লোকৰ মৃত্যু। কৰ্ণাটকৰ চিক্কামাগালুৰ জিলাৰ কাইমাৰাত কফি বনোৱা মেচিনত সোমাই মৃত্যু হয় অসমৰ এজন লোকৰ | মৃত লোকজন ৰৌতাৰ সৰ্বহেৰুৱা গাঁৱৰ নজৰ আলী(৫৫) বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ পাছতেই এতিয়া
কৰ্ণাটকৰ কাইমাৰাত কফি বনোৱা মেচিনত সোমাই মৃত্যু অসমৰ এজন লোকৰ


ওদালগুৰি, ০৯ জানুৱাৰী (হি.স.)। পুনৰ বৰ্হিৰাজ্যত অসমৰ এজন লোকৰ মৃত্যু। কৰ্ণাটকৰ চিক্কামাগালুৰ জিলাৰ কাইমাৰাত কফি বনোৱা মেচিনত সোমাই মৃত্যু হয় অসমৰ এজন লোকৰ | মৃত লোকজন ৰৌতাৰ সৰ্বহেৰুৱা গাঁৱৰ নজৰ আলী(৫৫) বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ পাছতেই এতিয়া মৃত নজৰ আলীৰ বাসগৃহত সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ | অতি দৰিদ্র পৰিয়ালটোৱে মৃতদেহ অসমলৈ ঘুৰাই অনাৰ বাবেও অসমৰ্থ হৈ সহায় বিচাৰিছে অসম চৰকাৰৰ | লগতে মৃত নজৰ আলীৰ হৈ চৰকাৰে ক্ষতিপূৰণৰ ব্যৱস্হা কৰি দিয়াৰো আহ্বান পৰিয়ালৰ |

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande