ভ্ৰাম্যমাণ থিয়েটাৰত পুনৰ অঘটন, নৃত্যৰত অৱস্থাত ৰেম্প খহি বাগৰি পৰিল অভিনেত্ৰী অংকিতা শইকীয়া
বঙাইগাঁও, ০৯ জানুৱাৰী (হি.স.)। ভ্ৰাম্যমাণ থিয়েটাৰত পুনৰ অঘটন। যোৱা ‌নিশা নৃত্যৰত অৱস্থাত ৰেম্প খহি বাগৰি পৰিল অভিনেত্ৰী অংকিতা শইকীয়া। এইবাৰ অঘটন ঘটিল কহিনুৰ থিয়েটাৰত। বঙাইগাঁও জিলাৰ কাকৈজানাত চলি থকা কহিনুৰ থিয়েটাৰত এই অঘটন সংঘটিত হয়। নৃত্যৰত অৱস
ভ্ৰাম্যমাণ থিয়েটাৰত পুনৰ অঘটন, নৃত্যৰত অৱস্থাত ৰেম্প খহি বাগৰি পৰিল অভিনেত্ৰী অংকিতা শইকীয়া


বঙাইগাঁও, ০৯ জানুৱাৰী (হি.স.)। ভ্ৰাম্যমাণ থিয়েটাৰত পুনৰ অঘটন। যোৱা ‌নিশা নৃত্যৰত অৱস্থাত ৰেম্প খহি বাগৰি পৰিল অভিনেত্ৰী অংকিতা শইকীয়া। এইবাৰ অঘটন ঘটিল কহিনুৰ থিয়েটাৰত।

বঙাইগাঁও জিলাৰ কাকৈজানাত চলি থকা কহিনুৰ থিয়েটাৰত এই অঘটন সংঘটিত হয়। নৃত্যৰত অৱস্থাত ৰেম্প খহি বাগৰি পৰিল অভিনেত্ৰী অংকিতা শইকীয়া। এই দুৰ্ঘটনাত সামান্য পৰিমাণে আঘাটপ্ৰাপ্ত হৈছে অভিনেত্ৰী গৰাকী।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande