নগাঁৱৰ কঠীয়াতলীত উলহ মালহেৰে তিৱা বীৰ ৰজা জোঙাল বলহুৰ দিৱস উদযাপন
নগাঁৱ, ০৩ জানুৱাৰী (হি.স.)। নগাঁৱৰ কঠীয়াতলীত উলহ মালহেৰে তিৱা বীৰ ৰজা জোঙাল বলহুৰ দিৱস উদযাপন কৰা হয় । জোঙাল বলহুৰ দিৱস উদযাপন সমিতিৰ কঠীয়াতলীৰ উদ্যোগত আজি দিনযোৰা কাৰ্যসূচীৰে খিদ্ৰী জোঙাল বলহুৰ দিৱস উদযাপন কৰা হয় । পূৱা প্ৰতিমূৰ্তি বন্তি প্ৰজ্
নগাঁৱৰ কঠীয়াতলীত উলহ মালহেৰে তিৱা বীৰ ৰজা জোঙাল বলহুৰ দিৱস উদযাপন


নগাঁৱ, ০৩ জানুৱাৰী (হি.স.)। নগাঁৱৰ কঠীয়াতলীত উলহ মালহেৰে তিৱা বীৰ ৰজা জোঙাল বলহুৰ দিৱস উদযাপন কৰা হয় । জোঙাল বলহুৰ দিৱস উদযাপন সমিতিৰ কঠীয়াতলীৰ উদ্যোগত আজি দিনযোৰা কাৰ্যসূচীৰে খিদ্ৰী জোঙাল বলহুৰ দিৱস উদযাপন কৰা হয় । পূৱা প্ৰতিমূৰ্তি বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, তিৱা জাতীয় সংগীত পৰিবেশন, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা আৰু বিয়লি ভাগত এখন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব ।

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠান ভাগত বহু কেইজন তিৱা ৰজাকে ধৰি অগনন তিৱা জনগোষ্ঠীৰ লোক উপস্থিত থাকে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande