শিৱসাগৰ জিলাৰ হাট বা বজাৰ সমূহত পুৱাৰ গ্ৰাহকৰ ভিৰ
শিৱসাগৰ জিলাৰ হাট বা বজাৰ সমূহত পুৱাৰ গ্ৰাহকৰ ভিৰ ।
শিৱসাগৰ জিলাৰ হাট বা বজাৰ সমূহত পুৱাৰ গ্ৰাহকৰ ভিৰ


শিৱসাগৰ, ১৩ জানুৱাৰী (হি.স.): মাহজোৰা প্ৰস্তুতিৰ অন্তত আজি হেঁপাহৰ ভোগালীৰ উৰুকা । উৰুকাৰ নিশা হাঁহে মাহে সকলোৱে এসাজ খোৱাৰ বাবে পুৱাৰ পৰাই বজাৰ সমূহত ভিৰ কৰিছে।

ৰাজ্যখনৰ লগতে শিৱসাগৰ জিলাৰ হাট বা বজাৰ সমূহত পুৱাৰ গ্ৰাহকৰ ভিৰ ।শিৱসাগৰ দ'লমুখ চাৰিআলিৰ অস্থায়ী মাছৰ বজাৰত পুৱাই গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা যায় । বিভিন্ন প্ৰজাতিৰ মাছেৰে উভৈনদী হৈ পৰিছে মাছৰ বজাৰ । ইফালে উৰুকাৰ দিনা ব্যৱসায়ীয়ে যাতে অতিৰিক্ত মূল্য আদায় কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মীন বিভাগে ধাৰ্য্য কৰি দিছে মাছৰ দাম ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande