চৰাইদেউ পৰ্বত চাহ বাগিছা খোলাৰ দাবীত আছাৰ বৃহৎ প্ৰতিবাদী সমদল কাৰ্য্যসূচী
চৰাইদেউ, ১২ জানুৱাৰী (হি.স.)। চৰাইদেউ পৰ্বত চাহ বাগিছা খোলাৰ দাবীত আছাৰ বৃহৎ প্ৰতিবাদী সমদল কাৰ্য্যসূচী। ২০২২ চনৰ নৱেম্বৰ মাহৰ পৰা বন্ধ হৈ থকা চৰাইদেউ পৰ্বত চাহ বাগিছা খোলাৰ দাবীত l হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল কৰিলে নাজিৰা সমজিলাৰ আয
চৰাইদেউ পৰ্বত চাহ বাগিছা খোলাৰ দাবীত আছাৰ বৃহৎ প্ৰতিবাদী সমদল কাৰ্য্যসূচী


চৰাইদেউ, ১২ জানুৱাৰী (হি.স.)। চৰাইদেউ পৰ্বত চাহ বাগিছা খোলাৰ দাবীত আছাৰ বৃহৎ প্ৰতিবাদী সমদল কাৰ্য্যসূচী। ২০২২ চনৰ নৱেম্বৰ মাহৰ পৰা বন্ধ হৈ থকা চৰাইদেউ পৰ্বত চাহ বাগিছা খোলাৰ দাবীত l

হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল কৰিলে নাজিৰা সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়। ২০২২ চনৰ নৱেম্বৰ মাহৰ পৰা বন্ধ হৈ থকা চৰাইদেউ পৰ্বত চাহ বাগিছা খোলাৰ দাবীত আছাৰ বৃহৎ প্ৰতিবাদী সমদল কাৰ্য্যসূচী৷হাজাৰ হাজাৰ চাহ শ্ৰমিকে কপালে নাজিৰা ৰাজপথ।

বন্ধ হৈ থকা চৰাইদেউ পৰ্বত চাহ বাগিছা খোলাৰ দাবীৰে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই ৰূপায়ন কৰে বৃহৎ প্ৰতিবাদী সমদল কাৰ্য্যসূচী৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ (আছা)নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত আছা,চৰাইদেউ চাহবাগিছা প্ৰাথমিক সমিতি আৰু চৰাইদেউ পৰ্বত চাহ বাগিছাৰ চাহ শ্ৰমিকৰ উদ্যোগত এই বৃহৎ প্ৰতিবাদী সমদল কাৰ্য্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয়৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande