
তামুলপুৰ, ১০ জানুৱাৰী (হি.স.)। তামুলপুৰৰ খৈৰাণীত মুকলি জুৱা। আৰক্ষীৰ চকুত ধূলি দি জুৱা খেল পাতিছে জুৱা মাফিয়াৰ।
গনেশ পূজা উপলক্ষত চলি আছে এই জুৱা।
বিগত তিনিদিনত জুৱা মাফিয়াৰ বৃহৎ ধন লাভ। নিশা আৰক্ষীয়ে জুৱা ভঙাত আজিৰে পৰা বাতিল কৰা হ'ল গনেশ পূজা। ৭ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব লগা আছিল এই গনেশ পূজা ৷
বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰানাৰ্থে আয়োজন কৰা হৈছিল এই গনেশ পূজা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা