দৰঙৰ দিঘীৰপাৰত কোচ ৰাজবংশী সন্মিলনীৰ শতবাৰ্ষিকী
দৰং, ১৩ ডিচেম্বৰ (হি.স.)। দৰঙৰ দিঘীৰপাৰত অনুষ্ঠিত কোচ ৰাজবংশী সন্মিলনীৰ শতবাৰ্ষিকী সমাৰোহৰ আজি শনিবাৰে দ্বিতীয় দিন। যোৱা কালি শনিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ শতবাৰ্ষিকী। জনগোষ্ঠীটোৰ কৃষ্টি-সংস্কৃতিৰে
দৰঙৰ দিঘীৰপাৰত কোচ ৰাজবংশী সন্মিলনীৰ শতবাৰ্ষিকী


দৰং, ১৩ ডিচেম্বৰ (হি.স.)। দৰঙৰ দিঘীৰপাৰত অনুষ্ঠিত কোচ ৰাজবংশী সন্মিলনীৰ শতবাৰ্ষিকী সমাৰোহৰ আজি শনিবাৰে দ্বিতীয় দিন। যোৱা কালি শনিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ শতবাৰ্ষিকী।

জনগোষ্ঠীটোৰ কৃষ্টি-সংস্কৃতিৰে জীপাল হৈ পৰা শতবৰ্ষীয় অনুষ্ঠানত যোৱাকালি পতাকা উত্তোলন বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি উন্মোচন আদি অনুষ্ঠান সমাপন হৈছে। আজি দ্বিতীয় দিনাও ইতিমধ্যে বিভিন্ন কাৰ্যসূচী সমাপন কৰাৰ লগতে এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande