হাইলাকান্দি আৰক্ষীৰ অভিযানত জব্দ ১০০০ য়াৱা টেবলেট
হাইলাকান্দি, ১২ ডিচেম্বৰ (হি.স.)। ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান! অভিযানত জব্দ ১০০০ য়াৱা টেবলেট । হাইলাকান্দি ৰেলষ্টেশনৰ পৰা হাইলাকান্দি সদৰ আৰক্ষীৰ অভিযানত জব্দ ১০০০ য়াবা টেবলেট। আৰক্ষীয়ে টেবলেট সহ আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক । দু
হাইলাকান্দি আৰক্ষীৰ অভিযানত জব্দ ১০০০ য়াৱা টেবলেট


হাইলাকান্দি, ১২ ডিচেম্বৰ (হি.স.)। ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান! অভিযানত জব্দ ১০০০ য়াৱা টেবলেট । হাইলাকান্দি ৰেলষ্টেশনৰ পৰা হাইলাকান্দি সদৰ আৰক্ষীৰ অভিযানত জব্দ ১০০০ য়াবা টেবলেট। আৰক্ষীয়ে টেবলেট সহ আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক ।

দুই ড্ৰাগছ সৰবৰাহকাৰীক ক্ৰমে বিপুল হাজাম , নাজিম উদ্দিন বুলি চিনাক্ত কৰা হৈছে। জব্দকৃত ইৱা টেবলেটৰ বজাৰ মুল্য ৫ লাখ টকা হব বুলি আৰক্ষীয়ে অনুমান কৰিছে । বৰ্তমানে দুই পাচাৰকাৰী আটক কৰি সোধপোছ অব্যাহত ৰাখিছে হাইলাকান্দি আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande