Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
21 Oct 2025
বিশ্বনাথ, ২১ অক্টোবৰ (হি.স.)। ৭ , ৮ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন। ৮ নৱেম্বৰত গহপুৰৰ ভোলাগুৰিত উপস্থিত হ''ব মন্ত্ৰী গৰাকী। প্ৰথম অসমীয়া কথাছবি ''জয়মতী'' নিৰ্মাণস্থলী ভোলাগুৰিত নিৰ্মাণ হ''..
ধুবুৰী, ২১ অক্টোবৰ (হি.স.)। দিপাৱলীৰ নিশা ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ড। ধুবুৰী বজাৰৰ হকাৰ মাৰ্কেটত নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় অগ্নিকাণ্ড। প্ৰায় ১৪ খন কৈ দোকান নিমিষতে জ্বলি ছাই হৈ যায় উক্ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটোত। ভিতৰত কাপোৰৰ দোকান, বেগৰ ..
চৰাইদেউ, ২১ অক্টোবৰ (হি.স.)। সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ চৰাইদেউৰ সাপেখাটিৰ পৰা পদযাত্ৰা দুগৰাকী জুবিন অনুৰাগী যুৱকৰ। পিঠিত জুবিন গাৰ্গৰ ছবি সহ ন্যায়ৰ দাবী লিখি এই পদযাত্ৰা কৰা যুৱকদ্বয়ৰ নাম বিতোপন গগৈ আৰু শান্তনু চেতিয়া । কালি দিনৰ ভাগত উক্ত ..
দৰং, ২১ অক্টোবৰ (হি.স.)। মঙলদৈত এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জুইত জাহ গ''ল দুখনকৈ ঘৰ। মঙলদৈ প্ৰফুল্ল নগৰত এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। নিমিষতে জুইত জাহ গ''ল সত্যৱতী কলিতা আৰু পুষ্ট মণ্ডলৰ দুখনকৈ ঘৰ। জুইত জাহ গ''ল বহু লক্ষাধিক..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha