Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
21 Oct 2025
তিনিচুকীয়া, ২১ অক্টোবৰ (হি.স.)। তিনিচুকীয়া জিলাৰ ডিগবৈ ৰাজহুৱা বাছ আস্থানত ডিগবৈ ৰটাৰী ক্লাবৰ তৰফৰ পৰা বিশুদ্ধ খোৱা পানী প্ৰকল্প স্থাপন কৰা হৈছে । বাছ আস্থানৰ যাত্ৰী সকলে এই পানী প্ৰকল্পটোৰ পৰা বিশুদ্ধ খোৱা পানী খাব পাৰিব । নিশ্চিতভাৱে এই পানী ..
গুৱাহাটী, ২১ অক্টোবৰ(হি.স.)। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২১ অক্টোবৰত ঘোষণা কৰিছে যে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা আঠজন বাংলাদেশী নাগৰিকক পুনৰ বাংলাদেশলৈ বিতাড়িত কৰা হৈছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ চৰকাৰৰ স্থিতি প্ৰকাশ কৰিবলৈ ..
তিনিচুকিয়া, ২১ অক্টোবৰ (হি.স.)। ডিগবৈ পেঙেৰী অসম মালাৰ পথত পুনৰ পথ দুৰ্ঘটনাত এজন থিতাতে নিহত। নিহত লোক জনৰ নাম মনিৰাম সোণোৱাল, ঘৰ ভিম পথাৰত। অসম মালাৰ কাম কৰা পানী টেংকাৰে পিছফালে বেক কৰি যাওতে মহতিয়া লৈ যায়। টেংকাৰ খনৰ নম্বৰ হৈছে এএছ ০১ ইচি ..
-ইউনিফৰ্ম পিন্ধা পুৰুষৰ পৰম ত্যাগৰ কথা ৰোমন্থন গুৱাহাটী, ২১ অক্টোবৰ (হি.স.)। আৰক্ষী স্মৃতি দিৱস উপলক্ষে, কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ ত্যাগ কৰা সাহসী আৰক্ষী জোৱান সকলক অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি মহানগৰী..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha