শিৱসাগৰত আৰম্ভ হৈছে প্ৰতিমা বিসৰ্জনৰ‌ প্ৰক্ৰিয়া
শিৱসাগৰ, ০২ অক্টোবৰ (হি.স.)। সমগ্ৰ ৰাজ্যৰ‌ লগতে আজি শিৱসাগৰত আৰম্ভ হৈছে প্ৰতিমা বিসৰ্জনৰ‌ প্ৰক্ৰিয়া। শিৱসাগৰ নগৰৰ থানামুখ ঘাটত বিসৰ্জন ঘাটত আৰম্ভ হৈছে প্ৰতিমা বিসৰ্জন। পোনপ্ৰথমে শিৱসাগৰ ঐতিহাসিক দেৱীদলৰ প্ৰতিমা বিসৰ্জন দিয়া পাছতে শিৱসাগৰ নগৰৰ প
শিৱসাগৰত আৰম্ভ হৈছে প্ৰতিমা বিসৰ্জনৰ‌ প্ৰক্ৰিয়া


শিৱসাগৰ, ০২ অক্টোবৰ (হি.স.)। সমগ্ৰ ৰাজ্যৰ‌ লগতে আজি শিৱসাগৰত আৰম্ভ হৈছে প্ৰতিমা বিসৰ্জনৰ‌ প্ৰক্ৰিয়া।

শিৱসাগৰ নগৰৰ থানামুখ ঘাটত বিসৰ্জন ঘাটত আৰম্ভ হৈছে প্ৰতিমা বিসৰ্জন। পোনপ্ৰথমে শিৱসাগৰ ঐতিহাসিক দেৱীদলৰ প্ৰতিমা বিসৰ্জন দিয়া পাছতে শিৱসাগৰ নগৰৰ প্ৰায় ১৯ খন পূজা বিসৰ্জন দিয়ে। শিৱসাগৰ জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনৰ সকলো ধৰণৰ সুবিধা কৰা লগতে সু কলমে এই বিসৰ্জন সম্পন্ন হৈ যায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande