হোজাই জিলাৰ যমুনামুখত চুৰি কাণ্ডৰ ঘটনা
হোজাই, ১১ আগষ্ট (হি.স.)। হোজাই জিলাৰ যমুনামুখত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ নিশা চুৰে লুটি লৈ গ''ল নগদ ধন সহ ২০ লক্ষাধিক টকাৰ সোণ ৰূপৰ অলংকাৰ ৷ যমুনামুখ আৰক্ষী থানাৰ সমীপৰ ধান বজাৰৰ পংকজ দাস নামৰ লোকজনৰ ঘৰত এই চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ জান
হোজাই জিলাৰ যমুনামুখত চুৰি কাণ্ডৰ ঘটনা


হোজাই, ১১ আগষ্ট (হি.স.)। হোজাই জিলাৰ যমুনামুখত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ নিশা চুৰে লুটি লৈ গ'ল নগদ ধন সহ ২০ লক্ষাধিক টকাৰ সোণ ৰূপৰ অলংকাৰ ৷ যমুনামুখ আৰক্ষী থানাৰ সমীপৰ ধান বজাৰৰ পংকজ দাস নামৰ লোকজনৰ ঘৰত এই চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷

জানিব পৰামতে, ঘৰৰ খিৰিকি ভাঙি ভিতৰত প্ৰৱেশ কৰিছিল চোৰ ৷ বৰ্তমান স্নীফাৰ ডগৰ জড়িয়তে আৰক্ষীয়ে চলাইছে চোৰৰ সন্ধান ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande