জামুগুৰিহাটৰ শান্তিপুৰত নিশা গৰু চুৰিকাণ্ড
শোণিতপুৰ, ০৮ মাৰ্চ (হি.স.)। জামুগুৰিহাটৰ শান্তিপুৰত নিশা গৰু চুৰিকাণ্ড৷ ৰমেন শৰ্মা নামৰ লোকজনৰ গৃহত সংঘটিত হয় এই চুৰিকাণ্ড৷ নিশা গোঁহালীৰপৰা চোৰে চুৰ কৰি লৈ যায় উন্নত প্ৰজাতিৰ ২ জনীকৈ খীৰতি গাইগৰু৷ গাইগৰু দুজনীৰ মূল্য হ’ব প্ৰায় ২ লক্ষাধিক টকা ৷
জামুগুৰিহাটৰ শান্তিপুৰত নিশা গৰু চুৰিকাণ্ড


শোণিতপুৰ, ০৮ মাৰ্চ (হি.স.)। জামুগুৰিহাটৰ শান্তিপুৰত নিশা গৰু চুৰিকাণ্ড৷ ৰমেন শৰ্মা নামৰ লোকজনৰ গৃহত সংঘটিত হয় এই চুৰিকাণ্ড৷

নিশা গোঁহালীৰপৰা চোৰে চুৰ কৰি লৈ যায় উন্নত প্ৰজাতিৰ ২ জনীকৈ খীৰতি গাইগৰু৷

গাইগৰু দুজনীৰ মূল্য হ’ব প্ৰায় ২ লক্ষাধিক টকা ৷ উল্লেখ্য যে জামুগুৰিহাটত সঘনাই সংঘটিত গৰু চুৰি কাণ্ডই নিদ্ৰা হৰিছে গঞা ৰাইজৰ৷

আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী অঞ্চলবাসীৰ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande