সৰভোগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে বিশাল সমদল
বৰপেটা, ০৮ মাৰ্চ (হি.স.)। সৰভোগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে বিশাল সমদল। প্ৰতিবছৰে আজিৰ দিনটোত অৰ্থাৎ ৮ মাৰ্চ তাৰিখে সমগ্ৰ বিশ্বতে নাৰী দিৱস উদ্যাপন কৰি আহিছে৷ আমাৰ সমাজৰ সকলো স্তৰৰ নাৰীয়ে নিজৰ অধিকাৰ আৰু সন্মান লাভ কৰা দিনটোয়ে হ’ল ৮ মাৰ্চ৷আজি
সৰভোগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে বিশাল সমদল


বৰপেটা, ০৮ মাৰ্চ (হি.স.)। সৰভোগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে বিশাল সমদল। প্ৰতিবছৰে আজিৰ দিনটোত অৰ্থাৎ ৮ মাৰ্চ তাৰিখে সমগ্ৰ বিশ্বতে নাৰী দিৱস উদ্যাপন কৰি আহিছে৷

আমাৰ সমাজৰ সকলো স্তৰৰ নাৰীয়ে নিজৰ অধিকাৰ আৰু সন্মান লাভ কৰা দিনটোয়ে হ’ল ৮ মাৰ্চ৷আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ সৰভোগত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি,চিআইটিইউ,নিখিল ভাৰত কৃষক সভা,ভাৰতৰ ছাত্ৰ ফেডাৰেছন,ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন,একেএছইউৰ ফালৰপৰা আন্তৰাষ্ট্ৰীয় নাৰী দিৱস সৰভোগত উলিয়ায় এক বিশাল সমদল৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande