
কোকৰাঝাৰ, ১৯ অক্টোবৰ (হি.স.)। শাৰদীয় দূৰ্গাপূজাৰ আজি মহা অষ্টমী উপলক্ষে কোকৰাঝাৰ চহৰৰ মধ্য গৌড়নগৰ সাৰ্ৱজনীন দূৰ্গা পূজা সমিতিৰ এক ব্যতিক্ৰমী পদক্ষেপ ৷
কোকৰাঝাৰৰ বয়োজ্যেষ্ঠ নাগৰিকক পূজা মণ্ডপ সমূহত দৰ্শনৰ বাৱে ২৫ খন ই-ৰিক্সাৰ বিনামুলীয়া সেৱা ৷
আনুষ্ঠানিক এই মহান পদক্ষেপৰ শুভাৰম্ভণি কৰে প্ৰাক্তন মন্ত্ৰী তথা বিপিএফৰ জ্যেষ্ঠ নেত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা