ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগমত অৱস্থিত ঐতিহাসিক ৰামখাপীঠ দেৱালয়ত পুৱাৰ পৰাই অগণন ভক্তৰ ভিৰ
শিৱসাগৰ, ১৯ অক্টোবৰ (হি.স.)। শাৰদীয় দুৰ্গোৎসৱৰ আজি সোমবাৰে মহাষ্টমী পূজা সম্পন্ন কৰা হয়। এই উপলক্ষ্য়ত শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগমত অৱস্থিত ঐতিহাসিক ৰামখাপীঠ দেৱালয় তথা দেৱী দৌলত বিৰাজমান আধ্যাত্মিক পৰিবেশ বিৰাজ কৰে । ডব
ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগমত অৱস্থিত ঐতিহাসিক ৰামখাপীঠ দেৱালয়ত পুৱাৰ পৰাই অগণন ভক্তৰ ভিৰ


শিৱসাগৰ, ১৯ অক্টোবৰ (হি.স.)। শাৰদীয় দুৰ্গোৎসৱৰ আজি সোমবাৰে মহাষ্টমী পূজা সম্পন্ন কৰা হয়। এই উপলক্ষ্য়ত শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগমত অৱস্থিত ঐতিহাসিক ৰামখাপীঠ দেৱালয় তথা দেৱী দৌলত বিৰাজমান আধ্যাত্মিক পৰিবেশ বিৰাজ কৰে । ডবা, শংখ, কাঁহৰ ধ্বনিত মুখৰিত হৈ পৰে দেৱী দৌলৰ প্ৰাঙ্গন।

একেদৰে শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তৰ দিখৌমুখৰ দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগমত অৱস্থিত ঐতিহাসিক ৰামখাপীঠ দেৱালয়ত পুৱাৰ পৰাই অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হয়। আজি মহাঅষ্টমীৰ দিনটোত এই ঐতিহাসিক পীঠস্থান খনত হাজাৰ হাজাৰ ভক্তই দেৱীৰ আশীষ বিচাৰি সেৱা আগবঢ়ায়।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande