বাক্সাৰ সনপেৰাবড়ীত বিশ্ব শান্তিৰ কামনাৰে ১২ ঘণ্টীয়া অখণ্ড পালনাম
বাক্সা, ১৯ অক্টোবৰ (হি.স.)। বাক্সাৰ সনপেৰাবড়ীত বিশ্ব শান্তিৰ কামনাৰে ১২ ঘণ্টীয়া অখণ্ড পালনাম। হৰিনাম ধ্বনিৰে মুখৰিত সনপেৰাবড়ী। ১৯ অক্টোবৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত সনপেৰাবড়ীত আজি বিশ্ব শান্তিৰ কামনাৰে ১২ ঘণ্টীয়া সনপেৰাবড়ী আঞ্চলি
বাক্সাৰ সনপেৰাবড়ীত বিশ্ব শান্তিৰ কামনাৰে ১২ ঘণ্টীয়া অখণ্ড পালনাম


বাক্সা, ১৯ অক্টোবৰ (হি.স.)। বাক্সাৰ সনপেৰাবড়ীত বিশ্ব শান্তিৰ কামনাৰে ১২ ঘণ্টীয়া অখণ্ড পালনাম। হৰিনাম ধ্বনিৰে মুখৰিত সনপেৰাবড়ী।

১৯ অক্টোবৰ

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত সনপেৰাবড়ীত আজি বিশ্ব শান্তিৰ কামনাৰে ১২ ঘণ্টীয়া সনপেৰাবড়ী আঞ্চলিক অখণ্ড পালনাম অনুষ্ঠিত হয়। এই উপলক্ষে আজি ৰাতিপুৱা স্মৃতি তৰ্পন, ভাগৱত শোভাযাত্রা, নাম প্ৰসংগ আদি কাৰ্যসূচী ৰূপায়িত হয়। এইবেলি ২৫ বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষ পালনাম অনুষ্ঠিত কৰিছে উদযাপন সমিতিয়ে ।উল্লেখ্য যে পালনাম উপলক্ষে আজি সমগ্ৰ সনপেৰাবড়ী অঞ্চল হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰে। আজিৰ কাৰ্যসূচীত অঞ্চলটোৰ কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande