ঐতিসাহিক শ্ৰী শ্ৰী কুটুহাগুৰি দেৱালয়ত পৰম্পৰাগত ৰক্ষা কৰি চলিছে বলি বিধান
গোলাঘাট, ১৯অক্টোবৰ (হি.স.)। সৰ্বত্ৰে এতিয়া দেবী দূৰ্গা বন্দনাৰে মুখৰিত হৈছে। অষ্টমী পূজাৰ দিনা গোলাঘাটৰ ঐতিসাহিক শ্ৰী শ্ৰী কুটুহাগুৰি দেৱালয়ত পৰম্পৰাগত ৰক্ষা কৰি চলিছে বলি বিধান। আহোম ৰজা শিৱ সিংহৰ দিনতে প্ৰতিষ্ঠা হোৱা এই দেৱালয়ত পূৱাৰ পৰা ভক্তই
ঐতিসাহিক শ্ৰী শ্ৰী কুটুহাগুৰি দেৱালয়ত পৰম্পৰাগত ৰক্ষা কৰি চলিছে বলি বিধান


গোলাঘাট, ১৯অক্টোবৰ (হি.স.)। সৰ্বত্ৰে এতিয়া দেবী দূৰ্গা বন্দনাৰে মুখৰিত হৈছে।

অষ্টমী পূজাৰ দিনা গোলাঘাটৰ ঐতিসাহিক শ্ৰী শ্ৰী কুটুহাগুৰি দেৱালয়ত পৰম্পৰাগত ৰক্ষা কৰি চলিছে বলি বিধান। আহোম ৰজা শিৱ সিংহৰ দিনতে প্ৰতিষ্ঠা হোৱা এই দেৱালয়ত পূৱাৰ পৰা ভক্তই বলি বিধানৰ বাবে হাহঁ ছাগলী লগত লৈ উপস্হিত হৈ দুৰ্গতি নাশনীৰ আৰাধনা কৰা পৰিলক্ষিত হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande