বিহালীৰ ইংতি চুবুৰীত বিশ্বনাথ জিলা ভিত্তিত ৩৪ তম মান্ডলিক যুৱ কাৰ্বি মহোসৎৱৰ প্ৰস্তুতি
বিশ্বনাথ, ১৭ অক্টোবৰ (হি.স.)। বিহালীৰ ইংতি চুবুৰীত বিশ্বনাথ জিলা ভিত্তিত ৩৪ তম মান্ডলিক যুৱ কাৰ্বি মহোসৎৱৰ প্ৰস্তুতি ।অহা ১৮ অক্টোবৰ পৰা ২০ অক্টোবৰ লৈ তিনিদীনিয়া কাৰ্য্য সূচীৰে অনুষ্ঠিত হব এই ৩৪ তম মান্ডলিক যুৱ কাৰ্বি মহোৎসব এই সন্দৰ্ভত ইতিমধ্যে
বিহালীৰ ইংতি চুবুৰীত বিশ্বনাথ জিলা ভিত্তিত ৩৪ তম মান্ডলিক যুৱ কাৰ্বি মহোসৎৱৰ প্ৰস্তুতি


বিশ্বনাথ, ১৭ অক্টোবৰ (হি.স.)। বিহালীৰ ইংতি চুবুৰীত বিশ্বনাথ জিলা ভিত্তিত ৩৪ তম মান্ডলিক যুৱ কাৰ্বি মহোসৎৱৰ প্ৰস্তুতি ।অহা ১৮ অক্টোবৰ পৰা ২০ অক্টোবৰ লৈ তিনিদীনিয়া কাৰ্য্য সূচীৰে অনুষ্ঠিত হব এই ৩৪ তম মান্ডলিক যুৱ কাৰ্বি মহোৎসব

এই সন্দৰ্ভত ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে।

উল্লেখ্য যে এই মহোৎসবত ড০ তুলিৰাম ৰংহাং ৰ উপৰিও কেবাগৰাকী জনগোষ্ঠী য় বিধায়ক, উপস্থিত থকাৰ উপৰিও স্থানীয় সাংসদ উপস্থিত থাকিব মহোৎসৱত জিলা খনৰ কাৰ্বি জনগোষ্ঠী ৰ হেৰাই যোৱা বিভিন্ন নৃত্য গীতৰ প্ৰদৰ্শন ৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ গীত মাতৰ প্ৰতিযোগিতা ও অনুষ্ঠিত হব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande