চিৰাংত অনুষ্ঠিত যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য
চিৰাং, ১৫ অক্টোবৰ (হি.স.)। চিৰাং জিলাৰ সদৰ কাজলগাঁও স্থিত আলাইখুংগুৰী খেল পথাৰত চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ইউথ ফেষ্টিভেল যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী। অহা ২০২৭ বৰ্ষত অধিক উন্নত হ''ব এই
চিৰাংত অনুষ্ঠিত যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য


চিৰাং, ১৫ অক্টোবৰ (হি.স.)। চিৰাং জিলাৰ সদৰ কাজলগাঁও স্থিত আলাইখুংগুৰী খেল পথাৰত চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ইউথ ফেষ্টিভেল যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী।

অহা ২০২৭ বৰ্ষত অধিক উন্নত হ'ব এই যুৱ মহোৎসৱ।

বিশেষকৈ যুৱ প্ৰজন্মক আগুৱাই লৈ যোৱাৰ উদ্দেশ্যেৰে এই ইউথ ফেষ্টিভেল অনুষ্ঠিত কৰা হৈছে।

অনুষ্ঠানতে বদৰুদ্দিন আজমলে কোকৰচ জনতা পাৰ্টিক সমৰ্থন আগবঢ়োৱা সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাজনীতিত সকলোৰে ব্যক্তিগত স্বাধীনতা আছে বদৰুদ্দিন আজমলে কোকৰচ পাৰ্টিক সমৰ্থন আগবঢ়াইছে আমি বিজেপিক সমৰ্থন আগবঢ়াইছো।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande