নগাঁও শেনচোৱাত সংঘটিত পথ দূৰ্ঘটনাত দুজন আহত
নগাঁও, ০৩ আগষ্ট (হি.স.)। নগাঁও শেনচোৱাত পুৱা সংঘটিত হই ভয়ংকৰ পথ দূৰ্ঘটনা। তীব্ৰ বেগত অহা বাহনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ৰেল লাইনত। দুৰ্ঘটনাগ্ৰস্থ গুৱাহাটী অভিমুখী বাহন খনৰ নম্বৰ আৰজে ০৬ চিডি ৩৩০৬। কথমথি প্ৰাণ ৰক্ষা পৰে চালক আৰু এজন আ
নগাঁও শেনচোৱাত সংঘটিত পথ দূৰ্ঘটনাত দুজন আহত


নগাঁও, ০৩ আগষ্ট (হি.স.)। নগাঁও শেনচোৱাত পুৱা সংঘটিত হই ভয়ংকৰ পথ দূৰ্ঘটনা। তীব্ৰ বেগত অহা বাহনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ৰেল লাইনত। দুৰ্ঘটনাগ্ৰস্থ গুৱাহাটী অভিমুখী বাহন খনৰ নম্বৰ আৰজে ০৬ চিডি ৩৩০৬।

কথমথি প্ৰাণ ৰক্ষা পৰে চালক আৰু এজন আৰোহীৰ। ঘটনাস্থলিত উপস্থিত হৈ ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে ব্যক্তি কেইজনক।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande