শিৱসাগৰ লাকুৱাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড
শিৱসাগৰ, ০৩ আগষ্ট (হি.স.)। শিৱসাগৰ লাকুৱাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড । ৭ জন ব্যক্তি আৰু এগৰাকী মহিলাই মিলি এজন ব্যক্তিক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । শিৱসাগৰ লাকুৱাৰ ৰঙাগড়াত বেতনিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । মৃত ব্যক্তি জনৰ নাম কণক চানাই । পৰিয়
শিৱসাগৰ লাকুৱাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড


শিৱসাগৰ, ০৩ আগষ্ট (হি.স.)। শিৱসাগৰ লাকুৱাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড । ৭ জন ব্যক্তি আৰু এগৰাকী মহিলাই মিলি এজন ব্যক্তিক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

শিৱসাগৰ লাকুৱাৰ ৰঙাগড়াত বেতনিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । মৃত ব্যক্তি জনৰ নাম কণক চানাই । পৰিয়ালৰ অভিযোগ অনুসৰি আগষ্ট ১ তাৰিখে সংঘটিত হয় ঘটনা।

সংকত জনক অৱস্থাত পৰিয়ালৰ লোকে ব্যক্তিজনক লাকুৱা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসালয়ত ব্যক্তি জনৰ মৃত্যু হয় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande