কাছাৰ'ৰ গুমৰা ৰাজপুৰত পথ দুৰ্ঘটনা, কেইবাজনো আহত
শিলচৰ, ৩০ জুলাই (হি.স.)। কাছাৰ''ৰ ৰাজপুৰ পুৰ্থ পথত এখন আটো আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। দুর্ঘটনাৰ ফলত আহত হৈছে কেইবাজনো লোক। লগে লগে স্থানীয় ৰাইজে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বর্তমানে তেওঁলোক চ
কাছাৰ'ৰ গুমৰা ৰাজপুৰত পথ দুৰ্ঘটনা, কেইবাজনো আহত


শিলচৰ, ৩০ জুলাই (হি.স.)। কাছাৰ'ৰ ৰাজপুৰ পুৰ্থ পথত এখন আটো আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। দুর্ঘটনাৰ ফলত আহত হৈছে কেইবাজনো লোক।

লগে লগে স্থানীয় ৰাইজে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বর্তমানে তেওঁলোক চিকিৎসাৰত অবস্থাত আছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande