বঙাইগাঁও সমষ্টিত বিটিআৰ পৰিষদিয় নিৰ্বাচনৰ ভোট গ্ৰহণক কেন্দ্ৰ স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
বঙাইগাঁও, ৩০ জুলাই (হি.স.)। বঙাইগাঁও সমষ্টিত বিটিআৰ পৰিষদিয় নিৰ্বাচনৰ ভোট গ্ৰহণক কেন্দ্ৰ স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। বঙাইগাঁও ৰাজীৱ ভৱনত সংবাদ মেল সম্বোধন জিলা সভাপতি গিৰিশ বৰুৱাৰ। ১১ আগষ্ট ২০২৩ চনতে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি নিৰ্ধাৰণ
বঙাইগাঁও সমষ্টিত বিটিআৰ পৰিষদিয় নিৰ্বাচনৰ ভোট গ্ৰহণক কেন্দ্ৰ স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া


বঙাইগাঁও, ৩০ জুলাই (হি.স.)। বঙাইগাঁও সমষ্টিত বিটিআৰ পৰিষদিয় নিৰ্বাচনৰ ভোট গ্ৰহণক কেন্দ্ৰ স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া।

বঙাইগাঁও ৰাজীৱ ভৱনত সংবাদ মেল সম্বোধন জিলা সভাপতি গিৰিশ বৰুৱাৰ।

১১ আগষ্ট ২০২৩ চনতে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি নিৰ্ধাৰণৰ তথ্যত স্পষ্ট ভাবে উল্লেখ কৰাৰ পিছতো কাৰ্যকৰী নহল সীমাৰ ।

পত্ৰত উল্লেখ থকা নিউ বঙাইগাঁও ৰেলৱে কলনীৰ ৰাজেন্দ্ৰ বিদ্যাপীঠত ১৫ নম্বৰ কাজলগাঁও এম চি এল এ সমষ্টিৰ ৬৪,৬৫,৬৬ নম্বৰৰ ভোট কেন্দ্ৰ স্থাপনক লৈ প্ৰশ্ন উত্থাপন কৰিছে সভাপতি গৰাকীয়ে। বঙাইগাঁও জিলা প্ৰশাসন, দীৰ্ঘদিন বঙাইগাঁৱৰ ৰাজনৈতিক চকি খামুচি থকা ফণীভূষণ চৌধুৰীৰ ভুমিকাক চোকা সমালোচনা কৰে ।

পদে পদে বিটিআৰৰ সীমামূৰীয়া অঞ্চল সমূহ কুটিল ৰাজনৈতিক চক্ৰান্ত বলি হৈ আহিছে। এই স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত দল সংগঠন এক হৈ প্ৰতিবাদ কৰাৰ কাৰণে আহ্বান জনায় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande