বাক্সাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ সাত খন আঁচনি উদ্বোধন আৰু দুখন আঁচনিৰ আধাৰশিলা
বাক্সা, ১০ জুলাই (হি.স.)। বাক্সাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ ৭ খন আঁচনি উদ্বোধন আৰু ২খন আঁচনিৰ আজি আধাৰশিলা স্থাপন কৰা হয়। বিটিআৰ ৰ অধ্যক্ষ তথা ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ এম. চি. এল. এ. কাতিৰাম বড়োয়ে এই আঁচনি সমূহৰ আধাৰশিলা আৰু উদ্বোধন কৰে।

এই আঁচনি সমূহত প্ৰায় দুই কোটি টকা ব্যয় কৰা হব। শিৰাল, ঘোৰামাৰা, বাগানপাৰা, নয়াবস্তি, অদলা আৰু সুৱনখাটা ভিচিডিচিত ৰূপায়ন কৰা হব আচঁনিসমূহ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু

 rajesh pande