Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
01 Jul 2025
কোকৰাঝাৰ, ০১ জুলাই (হি.স.)। কোকৰাঝাৰৰ মছজিদ ৰোডত থকা চাৰিখনকৈ হোটেলত আৰক্ষীৰ অভিযান।আৰক্ষীৰ অভিযানত হোটেল কেইখনৰ পৰা গো-মাংস জব্দ। হোটেল কেইখনত দীৰ্ঘ দিনৰ পৰা চলি আছিল গো-মাংস বিক্ৰীৰ অভিযোগ। আজি কোকৰাঝাৰ আৰক্ষীয়ে এক গোপন সুত্ৰত জানিব পাৰি উল্লেখিত ..
হাইলাকান্দি, ০১ জুলাই (হি.স.)। হাইলাকান্দি আৰক্ষীয়ে চহৰৰ কাটলিছেৰা বাছ আস্থান অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছে শামিম উদ্দিন লস্কৰ, আইনুল হ''ক বড়ভূঞা আৰু জাকিৰ হুচেইন মাঝাৰভূঞা নামৰ তিনি মাংস বিক্ৰেতাক। তেওঁলোকৰ জিম্মাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ২২ কিলোগ্ৰ..
মৰিগাঁও, ০১ জুলাই (হি.স.)। লাহৰীঘাটত পুনৰ চোৰাং চৰাই চিকাৰী গ্ৰেপ্তাৰ । যোৱা নিশা লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে বালিপাৰা জংঘলত অভিযান চলাই তিনিজন চোৰাং চৰাই চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে বিৰল প্ৰজাতিৰ ..
গোলাঘাট, ০১ জুলাই (হি.স.)। মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ বৰ্তমানলৈকে পাচঁ জনক আটক কৰিছে আৰক্ষীয়ে। কালি মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কৰাৰ অভিযোগত সৰুপথাৰ নগৰ সমিতিৰ প্ৰাক্তন সভাপতি ৰ সম্পর্কীয় ৰাহুল ফুকনক যোৱা নিশা সৰুপথাৰৰ কৈৰীগাঁৱস্থিত..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha