হাইলাকান্দিত আৰক্ষীৰ অভিযানত গো মাংস সহ তিনিজনক গ্ৰেপ্তাৰ
হাইলাকান্দি, ০১ জুলাই (হি.স.)। হাইলাকান্দি আৰক্ষীয়ে চহৰৰ কাটলিছেৰা বাছ আস্থান অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছে শামিম উদ্দিন লস্কৰ, আইনুল হ''ক বড়ভূঞা আৰু জাকিৰ হুচেইন মাঝাৰভূঞা নামৰ তিনি মাংস বিক্ৰেতাক। তেওঁলোকৰ জিম্মাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ২২ কিলোগ্ৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত গো মাংস সহ তিনিজনক গ্ৰেপ্তাৰ


হাইলাকান্দি, ০১ জুলাই (হি.স.)। হাইলাকান্দি আৰক্ষীয়ে চহৰৰ কাটলিছেৰা বাছ আস্থান অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছে শামিম উদ্দিন লস্কৰ, আইনুল হ'ক বড়ভূঞা আৰু জাকিৰ হুচেইন মাঝাৰভূঞা নামৰ তিনি মাংস বিক্ৰেতাক।

তেওঁলোকৰ জিম্মাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ২২ কিলোগ্ৰাম গো মাংস। লগতে মাংস বিক্ৰী কৰি থকা দোকানখনো আৰক্ষী চিল কৰি দিছে। জব্দ কৰিছে মাংস বিক্ৰীৰ বাবে ব্যবহৃত বিভিন্ন সামগ্ৰীও।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande