মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ বৰ্তমানলৈকে পাচঁ জনক আটক কৰিছে আৰক্ষীয়ে
গোলাঘাট, ০১ জুলাই (হি.স.)। মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ বৰ্তমানলৈকে পাচঁ জনক আটক কৰিছে আৰক্ষীয়ে। কালি মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কৰাৰ অভিযোগত সৰুপথাৰ নগৰ সমিতিৰ প্ৰাক্তন সভাপতি ৰ সম্পর্কীয় ৰাহুল ফুকনক যোৱা নিশা সৰুপথাৰৰ কৈৰীগাঁৱস্থিত
মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ বৰ্তমানলৈকে পাচঁ জনক আটক কৰিছে আৰক্ষীয়ে


গোলাঘাট, ০১ জুলাই (হি.স.)। মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ বৰ্তমানলৈকে পাচঁ জনক আটক কৰিছে আৰক্ষীয়ে।

কালি মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কৰাৰ অভিযোগত সৰুপথাৰ নগৰ সমিতিৰ প্ৰাক্তন সভাপতি ৰ সম্পর্কীয় ৰাহুল ফুকনক যোৱা নিশা সৰুপথাৰৰ কৈৰীগাঁৱস্থিত বাসগৃহৰ পৰা সৰুপথাৰ আৰক্ষীয়ে আটক কৰে।

বৰ্তমানলৈকে পাচঁ জনক আটক কৰিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande