পঞ্চায়ত নিৰ্বাচনত বিজয়ী মহিলা প্ৰতিনিধিৰ স্বামী সকলক পঞ্চায়তৰ কাৰ্যালয়ত বাঁহৰ নাপাতিবলৈ সকীয়নি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ
বৰপেটা, ১৯ মে (হি.স.)। পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গণতন্ত্ৰৰ পূৰ্বৰ অশুভ পৰম্পৰা ত্যাগ কৰি পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা মহিলা প্ৰতিনিধি সকলৰ স্বামী সকলক যাতে পঞ্চায়ত কাৰ্যালয়ত নানে তাক সঁকীয়াই দিয়ে।এই ক্ষেত্ৰত মন্ত্ৰী গৰাকীয়ে কয় যে মহিলা
পঞ্চায়ত নিৰ্বাচনত বিজয়ী মহিলা প্ৰতিনিধিৰ স্বামী সকলক পঞ্চায়তৰ কাৰ্যালয়ত বাঁহৰ নাপাতিবলৈ সকীয়নি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ


বৰপেটা, ১৯ মে (হি.স.)। পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গণতন্ত্ৰৰ পূৰ্বৰ অশুভ পৰম্পৰা ত্যাগ কৰি পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা মহিলা প্ৰতিনিধি সকলৰ স্বামী সকলক যাতে পঞ্চায়ত কাৰ্যালয়ত নানে তাক সঁকীয়াই দিয়ে।এই ক্ষেত্ৰত মন্ত্ৰী গৰাকীয়ে কয় যে মহিলা প্ৰতিনিধি সকলৰ স্বামীয়ে চাইকেল,মটৰ চাইকেল বা বাহনেৰে অকল কাৰ্যালয়ৰ পৰা অনা নিয়াহে কৰিব পাৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande