যোগীঘোপাৰ স্নানঘাটত উন্মাদ যুৱকৰ তাণ্ডব
যোগীঘোপাৰ স্নানঘাটত অঘটন।
যোগীঘোপাৰ স্নানঘাটত উন্মাদ যুৱকৰ তাণ্ডব


বঙাইগাঁও, ০৫ এপ্ৰিল (হি.স.): অশোকাষ্টমীৰ পূণ্য তিথিৰ পূজা-অৰ্চণাৰ প্ৰাকক্ষণত যোগীঘোপাৰ স্নানঘাটত যোৱা কালি শুকুৰবাৰে সন্ধিয়া এক অঘটন ঘটে। স্নানঘাটত উন্মাদ যুৱকে চোকা অস্ত্ৰ লৈ তাণ্ডৱ চলায়।

এই ঘটনাত এজনক আক্ৰমণ কৰি আহত কৰে। পিছত ৰাইজে যুৱকজনক কৰায়ক্ত কৰি আৰক্ষীক গতাই দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande