মাজুলীত আৰম্ভ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব
মাজুলী,১০ এপ্ৰিল (হি.স.)। মাজুলীত আৰম্ভ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব। মাজুলীৰ দুটা খণ্ড উন্নয়ন কাৰ্যালয়ত পুৱাৰে পৰা দাখিল কৰিছে প্ৰাৰ্থী সকলে মনোনয়ন। মাজুলীৰ কমলাবাৰীত থকা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত নিজ নিজ সমৰ্থকক লগত লৈ মনোনয়ন দিবলৈ প্
মাজুলীত আৰম্ভ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব


মাজুলী,১০ এপ্ৰিল (হি.স.)। মাজুলীত আৰম্ভ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব। মাজুলীৰ দুটা খণ্ড উন্নয়ন কাৰ্যালয়ত পুৱাৰে পৰা দাখিল কৰিছে প্ৰাৰ্থী সকলে মনোনয়ন।

মাজুলীৰ কমলাবাৰীত থকা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত নিজ নিজ সমৰ্থকক লগত লৈ মনোনয়ন দিবলৈ প্ৰাৰ্থীৰ ভিৰ।মুঠতে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বৰ্তমান বিৰ দি বাট নপোৱা অৱস্থা পৰিলক্ষিত হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande