ৰহাৰ কপিলী নদীত উদ্ধাৰ মৃতদেহ
নগাও,০৪ ফেব্ৰুৱাৰী (হি.স.)। ৰহাৰ নেলীপাৰত কপিলী নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ এটা মৃতদেহ। বগৰী পাৰিবলৈ অহা স্থানীয় লোকে প্ৰত্যক্ষ কৰে ওপঙি থকা মৃতদেহটো। কামপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। মৃতদেহটো চাপৰমুখৰ ইব্ৰাহিম আলী বুলি জান
ৰহাৰ কপিলী নদীত উদ্ধাৰ মৃতদেহ


নগাও,০৪ ফেব্ৰুৱাৰী (হি.স.)। ৰহাৰ নেলীপাৰত কপিলী নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ এটা মৃতদেহ। বগৰী পাৰিবলৈ অহা স্থানীয় লোকে প্ৰত্যক্ষ কৰে ওপঙি থকা মৃতদেহটো।

কামপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। মৃতদেহটো চাপৰমুখৰ ইব্ৰাহিম আলী বুলি জানিব পৰা গৈছে। জানিব পৰা অনুসৰি নদীত মাছ মাৰিবলৈ আহি সলিল সমাধি ঘটে লোকজনৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande