চামগুৰিৰ বাজীয়া গাঁৱৰ ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে ড্ৰাগছ বিক্ৰেতা
চামগুৰিৰ বাজীয়া গাঁৱৰ ৰাইজে খেদি খেদি কৰায়ত্ত কৰে অন্য এটা ড্ৰাগছ বিক্ৰেতাক।
চামগুৰিৰ বাজীয়া গাঁৱৰ ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে ড্ৰাগছ বিক্ৰেতা


নগাঁও, ১৪ ডিচেম্বৰ (হি.স.): পুনৰ চামগুৰিৰ বাজীয়া গাঁৱৰ ৰাইজে যোৱা কালি সন্ধিয়া খেদি খেদি কৰায়ত্ত কৰে অন্য এটা ড্ৰাগছ বিক্ৰেতাক। ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা গাঁও খনৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ বাবে ওলাই আহিছে পুৰুষ মহিলা।

ভগামূৰৰ ৱাৰ্ড নং ৯ ৰ ড্ৰাগছ সহ এজন যুৱকক কৰায়াত্ত কৰি গতাই দিয়ে চামগুৰি আৰক্ষীক। ড্ৰাগছ বিক্ৰী কৰা যুৱক জনৰ নাম আচাদুল হক বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande