
শিৱসাগৰ, ০৪ নৱেম্বৰ (হি.স.)। নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত যুৱ সংগীত প্ৰতিভাক চিনাক্ত, উৎসাহিত আৰু লালন-পালন কৰিবলৈ প্ৰস্তুত কৰা এক পদক্ষেপ l হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনৰ উদ্যোগত আৰম্ভ জুবিন গাৰ্গ জলপানি। অসমৰ ৰাইজৰ হিয়াৰ আমঠু সংগীত শিল্পী
প্ৰয়াত জুবিন গাৰ্গৰ সোৱৰণত হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনে জুবিন গাৰ্গ জলপানি আৰম্ভ কৰিছে।
জনতাৰ প্ৰাণৰ শিল্পী সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ কলাত্মক উত্তৰাধিকাৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনৰ উদ্যোগত আৰম্ভ কৰা হৈছে জুবিন গাৰ্গ জলপানি l
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু