সৰুপথাৰ সমজিলাৰ অসম নগালেণ্ড সীমান্তৰ বি চেক্টৰৰ চেতিয়া গাৱঁত উদ্বাৰ গড়ৰ খৰ্গ
গোলাঘাট, ০৪ নৱেম্বৰ (হি.স.)। সৰুপথাৰত গড়ৰ খৰ্গ উদ্ধাৰ। জানিব পৰা অনুসৰি সৰুপথাৰ সমজিলাৰ অসম নগালেণ্ড সীমান্তৰ বি চেক্টৰৰ চেতিয়া গাৱঁত নিশা উদ্বাৰ কৰা হৈছে এটা গড়ৰ খৰ্গ । চি আৰ পি এফৰ ১৫৫ (ডি)কেম্পৰ সমীপৰ মজিবুৰ ৰহমানৰ ঘৰত চি আৰ পি এফ বাহিনীয়ে অভ
সৰুপথাৰ সমজিলাৰ অসম নগালেণ্ড সীমান্তৰ বি চেক্টৰৰ চেতিয়া গাৱঁত উদ্বাৰ গড়ৰ খৰ্গ ।


গোলাঘাট, ০৪ নৱেম্বৰ (হি.স.)। সৰুপথাৰত গড়ৰ খৰ্গ উদ্ধাৰ। জানিব পৰা অনুসৰি সৰুপথাৰ সমজিলাৰ অসম নগালেণ্ড সীমান্তৰ বি চেক্টৰৰ চেতিয়া গাৱঁত নিশা উদ্বাৰ কৰা হৈছে এটা গড়ৰ খৰ্গ ।

চি আৰ পি এফৰ ১৫৫ (ডি)কেম্পৰ সমীপৰ মজিবুৰ ৰহমানৰ ঘৰত চি আৰ পি এফ বাহিনীয়ে অভিযান চলায় উদ্ধাৰ কৰে খৰ্গটো l‌ মজিবুৰ ৰহমানে কৰ পৰা কিদৰে খৰ্গটো আনিছে তাক লৈ এতিয়া বিভাগীয় তদন্ত অব্যাহত আছে। অধিক তথ্যৰ বাবে মজিবুৰ ৰহমানক জেৰা চলোৱা হৈছে বুলিও জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande