মহিলা উদ্যমীতা আঁচনি, ডুমডুমা বিধানসভা সমষ্টিৰ ৰূপাইত ১৩,৮৮২ গৰাকী মহিলাক প্ৰথম কিস্তিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ
তিনিচুকীয়া, ৩১ অক্টোবৰ (হি.স.)। অসম চৰকাৰৰ মহিলা উদ্যমীতা আঁচনি। শুকুৰবাৰে ডুমডুমা বিধানসভা সমষ্টিৰ ৰূপাইত ১৩,৮৮২ গৰাকী মহিলাক প্ৰথম কিস্তিৰ চেক বিতৰণ মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ। ডুমডুমা স্পৰ্ষ্ট কমপ্লেক্স,খহনীয়া প্ৰতিৰোধ আঁচনি, অৰুণোদয় উ
মহিলা উদ্যমীতা আঁচনি, ডুমডুমা বিধানসভা সমষ্টিৰ ৰূপাইত ১৩,৮৮২ গৰাকী মহিলাক প্ৰথম কিস্তিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ


তিনিচুকীয়া, ৩১ অক্টোবৰ (হি.স.)। অসম চৰকাৰৰ মহিলা উদ্যমীতা আঁচনি। শুকুৰবাৰে ডুমডুমা বিধানসভা সমষ্টিৰ ৰূপাইত ১৩,৮৮২ গৰাকী মহিলাক প্ৰথম কিস্তিৰ চেক বিতৰণ মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ। ডুমডুমা স্পৰ্ষ্ট কমপ্লেক্স,খহনীয়া প্ৰতিৰোধ আঁচনি, অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়কে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ১৮২ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা।

মহিলা উদ্যমীতা আঁচনিৰ‌ বিশদ বিৱৰণ মুখ্যমন্ত্ৰীৰ।৪৩ লাখ মহিলা বিভিন্ন প্ৰকাৰে চৰকাৰী আঁচনিৰ সৈতে জড়িত।ৰাজ্যৰ ৮ লাখ মহিলাই ১ লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। মহিলা সকলক অৰ্থনৈতিক ভাৱে সমাজত স্বাৱলম্বী কৰি তোলাই লাখপতি বাইদেউ আঁচনিৰ উদ্দেশ্য।১০ হাজাৰ টকা সদ্ব্যৱহাৰ কৰিলে ২৫ বছৰ আৰু তৃতীয় পৰ্যায়ত ৫০ হাজাৰ টকা লাভ কৰিব। মহিলা সকল যাতে কোনো কাৰণতে পিছ পৰি নাথাকে তাৰ বাবে চৰকাৰে কাম কৰি যাব।আঠুৱা,কম্বল,লুঙী,টুপী বিতৰণ কৰিছিল বুলি কংগ্ৰেছক কটাক্ষ। জানুৱাৰী ১ তাৰিখৰ পৰা গেছ চিলিণ্ডাৰৰ ২৫০ টকা লাভ কৰিব অৰুণোদয়ৰ হিতাধিকাৰীয়ে।চাহ বাগিছাৰ মাটি আৰু কোৱাটাৰৰ মালিক হ'ব বাগিছাৰ শ্ৰমিক সকল।বাগিছা শ্ৰমিকে লাভ কৰিব ভূমিৰ অধিকাৰ। ডুমডুমা মহাবিদ্যালয়ত ১৫ কোটি টকাৰ স্পৰ্ষ্ট কমপ্লেক্স হ'ব। ডুমডুমা সমষ্টিৰ বাগিছাৰ ২৪ খন প্ৰাথমিক বিদ্যালয় নিৰ্মাণৰ বাবে ২১ কোটি প্ৰদান কৰিব চৰকাৰে। খহনীয়া প্ৰতিৰোধৰ ২৪ কোটি টকা,বান নিয়ন্ত্ৰণৰ‌‌ বাবে ২৭ কোটি টকা ধাৰ্য।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande