আৰক্ষীয়ো জাৰি কৰা হেল্পলাইন ৬০২৬৯ ০০৬৫১ নম্বৰত ৰাইজে দাখিল কৰিব পাৰিব অভাৱ অভিযোগ
গুৱাহাটী, ০৪ জানুৱাৰী(হি.স.)। জনসাধাৰণৰ সুবিধাৰ্থে গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত ডাঃ পাৰ্থ সাৰথি মহন্তৰ উদ্যোগত হেল্পলাইন ৬০২৬৯ ০০৬৫১ নম্বৰত হোৱাটছএপ মেছেজৰ জৰিয়তে জনসাধাৰণে সন্মুখীন হোৱা বিভিন্ন অভাৱ-অভিযোগৰ সমাধানৰ ব্যৱস্থা কৰিছে। ২৪/৭ মুকলি থকা
আৰক্ষীয়ো জাৰি কৰা হেল্পলাইন ৬০২৬৯ ০০৬৫১ নম্বৰত ৰাইজে দাখিল কৰিব পাৰিব অভাৱ অভিযোগ


গুৱাহাটী, ০৪ জানুৱাৰী(হি.স.)। জনসাধাৰণৰ সুবিধাৰ্থে গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত ডাঃ পাৰ্থ সাৰথি মহন্তৰ উদ্যোগত হেল্পলাইন ৬০২৬৯ ০০৬৫১ নম্বৰত হোৱাটছএপ মেছেজৰ জৰিয়তে জনসাধাৰণে সন্মুখীন হোৱা বিভিন্ন অভাৱ-অভিযোগৰ সমাধানৰ ব্যৱস্থা কৰিছে।

২৪/৭ মুকলি থকা উক্ত ব্যৱস্থাই নাগৰিক সকলক তেওলোকে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানত গুৰুত্বপুৰ্ণ ভুমিকা লব বুলি আশা কৰা হৈছে। সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত আৰু প্ৰয়োজনত আইনী ব্যৱস্থা গ্ৰহণৰ বিভিন্ন পৰামৰ্শ আগবঢ়াব বুলি মহানগৰ আৰক্ষী জানিব দিয়ে ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande