প্ৰধানমন্ত্ৰীৰ চি আৰ পি এফৰ প্ৰতিষ্ঠা দিৱসত অভিনন্দন জ্ঞাপন
নতুন দিল্লী, ২৭ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত চি আৰ পি এফ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট কৰি কয়, সকলো চিআৰপিএফ জোৱা
চি আৰ পি এফ


নতুন দিল্লী, ২৭ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত চি আৰ পি এফ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট কৰি কয়, সকলো চিআৰপিএফ জোৱানক তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মোৰ শুভেচ্ছা। ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ অটল আনুগত্য আৰু অক্লান্ত সেৱা সঁচাকৈয়ে প্ৰশংসনীয়। তেওঁলোকে সদায় সাহস আৰু প্ৰতিশ্ৰুতিৰ সৰ্বোচ্চ মানদণ্ডৰ বাবে থিয় দি আহিছে। আমাৰ দেশক সুৰক্ষিত ৰখাত তেওঁলোকৰ ভূমিকা সৰ্বোচ্চ।

হিন্দুস্থান সমাচাৰ / সুশীল কুমাৰ

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande