বগৰিয়নীত ঊনবিংশতিতম ব্ৰহ্মপুত্ৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ ব্যাপক আয়োজন
গোলাঘাট, ২৭ এপ্ৰিল (হি.স.)। গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বগৰিয়নীত অসমৰ প্ৰথম ভ্ৰাম্যমাণ মঞ্চ বি
বগৰিয়নীত ঊনবিংশতিতম ব্ৰহ্মপুত্ৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ ব্যাপক আয়োজন


গোলাঘাট, ২৭ এপ্ৰিল (হি.স.)। গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বগৰিয়নীত অসমৰ প্ৰথম ভ্ৰাম্যমাণ মঞ্চ বিহু ঊনবিংশতিতম ব্ৰহ্মপুত্ৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন উপলক্ষে ব্যাপক আয়োজন। বাহিৰ কৰা হৈছে সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা ।

এই সাংস্কৃতিক শোভাযাত্ৰাঅংশগ্ৰহণ কৰিছে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বিভিন্ন সাংস্কৃতিক দলে অংশ লৈছে সাংস্কৃতিক শোভাযাত্ৰাত । বৰঅসমলৈ পৰিণত হৈছে ঐতিহাসিক ব্ৰহ্মপুত্ৰ অঞ্চলৰ বগৰিয়নী সমন্বয় ক্ষেত্ৰ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande