তুলসীবিলৰ ১ নং কৰ্তিমাৰীত চোৰাং গৰু আৰু গোমাংসসহ বিলাসী গাড়ী জব্দ, এজনক গ্ৰেপ্তাৰ
কোকৰাঝাৰ, ২৫ এপ্ৰিল (হি.স.)। তুলসীবিলৰ ১ নং কৰ্তিমাৰীত আজি চোৰাং গৰু আৰু গোমাংস সহ বিলাসী গাড়ী জব্দ
তুলসীবিলৰ ১ নং কৰ্তিমাৰীত চোৰাং গৰু আৰু গোমাংসসহ বিলাসী গাড়ী জব্দ, এজনক গ্ৰেপ্তাৰ


কোকৰাঝাৰ, ২৫ এপ্ৰিল (হি.স.)। তুলসীবিলৰ ১ নং কৰ্তিমাৰীত আজি চোৰাং গৰু আৰু গোমাংস সহ বিলাসী গাড়ী জব্দ এজনক গ্ৰেপ্তাৰ কৰা হৈছে। এখন চাৰি চকীয়া বিলাসী বাহনত লুকাই আনিছিল তিনিটা গৰু আৰু গোমাংস।

এই সন্দৰ্ভত সাদেক আলী নামৰ লোকজনক ৰাইজে আটক কৰে যদিও হাচেম আলী নামৰ আনজন পলাই যায়। চোৰাং গৰু সৰবৰাহ কৰা গাড়ীৰ নম্বৰ আছিল এ এছ ০১ কিউ ০০১৪। তুলসীবিল আৰক্ষীৰ লগত চোৰাং গৰু সৰবৰাহকাৰীৰ গোপন বুজাবুজি থকাৰ অভিযোগ ৰাইজৰ। তুলসীবিল অঞ্চলত নিতৌ গৰু চুৰি হৈ আহিছে যদিও উক্ত বিষয়ত তুলসীবিল আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক/মনোজ


 rajesh pande