ভাৰতীয় নৌসেনাৰ মুকলি উইণ্ডচাৰ্ফিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন সৰুপথাৰৰ জীয়াৰী নিশামণি বৰাৰ
গোলাঘাট, ০৫ মে’ ( হি স )। গোৱাত ১ মে’ৰ পৰা ৪ মে’ লৈ অনুষ্ঠিত হোৱা (Indian Navy Open Windsurfing Cha
ভাৰতীয় নৌসেনাৰ মুকলি উইণ্ডচাৰ্ফিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন সৰুপথাৰৰ জীয়াৰী নিশামণি বৰাৰ


গোলাঘাট, ০৫ মে’ ( হি স )। গোৱাত ১ মে’ৰ পৰা ৪ মে’ লৈ অনুষ্ঠিত হোৱা (Indian Navy Open Windsurfing Championship)ত সোণৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে সৰুপথাৰৰ জীয়াৰী নিশামণি বৰাই। উত্তৰ-পুৰ্বাঞ্চলৰ প্ৰথমগৰাকী চেইল হিচাপে মহাসাগৰৰ বুকুত উজ্বলি উঠিল নিশামণি ।

অদম্য সাহসেৰ পালতৰা নাও মেলি সফলতাৰে উজ্বলিল নিশামণি। গোলাঘাটৰ সৰুপথাৰলৈ গৌৰৱ কঢ়িয়াই আনিলে নিশামণি বৰাই । গোৱাত অনুষ্ঠিত চেইলিং প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে সৰুপথাৰৰ জীয়ৰী নিশামণি বৰাই।

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ


 rajesh pande