শিলচৰত প্ৰতিটো দলে চলাইছে জোৰদাৰ প্ৰচাৰ অভিযান
কাছাৰ, ২৪ এপ্ৰিল (হি.স.)। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিমটো দিন। অন্তিম দিনত শিলচৰত প্ৰ
শিলচৰত প্ৰতিটো দলে চলাইছে জোৰদাৰ প্ৰচাৰ অভিযান


কাছাৰ, ২৪ এপ্ৰিল (হি.স.)। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিমটো দিন। অন্তিম দিনত শিলচৰত প্ৰতিটো দলে চলাইছে তীব্ৰ প্ৰচাৰ অভিযান । আৰু ইয়াৰ মাজতে শিলচৰৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ অন্তিমটো দিনত শিলচৰত প্ৰচাৰত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সনোৱাল ।

শিলচৰত বিজেপিৰ বিশাল বাইক ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সনোৱালৰ । শিলচৰ ইন্ডিয়া ক্লাবৰ পৰা বিজেপিৰ এই বাইক ৰেলীত অংশগ্ৰহণ কৰি পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলালে সৰ্বানন্দ সনোৱালে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande