নিৰ্বাচনৰ মাজতে হাইলাকান্দিত গুলিয়াগুলিৰ ঘটনা
হাইলাকান্দি, ১৯ এপ্ৰিল (হি.স.): নিৰ্বাচনৰ মাজতে হাইলাকান্দিত গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে। হাইলাকান্
গুলী


হাইলাকান্দি, ১৯ এপ্ৰিল (হি.স.): নিৰ্বাচনৰ মাজতে হাইলাকান্দিত গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে। হাইলাকান্দিৰ জামিৰা বজাৰত দুৰ্বৃত্তই গুলিচালনা কৰে । অচিনাকি দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত জিয়াব উদ্দিন লস্কৰ নামৰ এগৰাকী ব্যক্তি।

গুলিচালনাৰ পিছতে কালি ৰাতিৰ এন্ধাৰৰ সুযোগলৈ পলাই যাবলৈ সক্ষম হয় দুষ্কৃতিকাৰী । দুষ্কৃতিৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে গোটেই এলেকাত ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande