
নতুন দিল্লী, ১8 জুলাই (হি.স.)। পিএম ই-ড্ৰাইভ আঁচনিৰ প্ৰথম পৰ্যায়ৰ অধীনত ৰাজধানীত ২৮০০খন নতুন এচি নিম্ন মহলাৰ ইলেক্ট্ৰিক বাছ প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। অহা বছৰ এই বাছসমূহ কাৰ্যক্ষম হ’ব।
দিল্লী চৰকাৰে ২০২৮-২৯ চনৰ ভিতৰত দিল্লী পৰিবহণ নিগমৰ বহৰত বাছৰ সংখ্যা প্ৰায় ১৪ হাজাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ